Tuesday, May 26, 2020

1-বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’

বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’ বনাম ‘কল্কি-অৱতাৰ’ [Pt-1]

Posted on  

                          বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’

                          বনাম ‘কল্কি-অৱতাৰ’আৰু ‘কলিমা’

                                     [Pt-1]

চৈয়দ জিয়াউল হুছেইন,গুৱাহাটী
১০।১২।২০১১

     বিজ্ঞানক ধর্মৰ পৰা পৃথক কৰিব নোৱাৰি।এলবার্ট আইনষ্টাইনৰ দুষাৰ কথাই এইকথা প্রতিপন্ন কৰে।তেওঁ কৈছিলঃ-

……………………….         Albert Einstein, Lecturing in Vienna, 1921

                             [Albert Einstein, Lecturing in Vienna, 1921]

[(14 Mar 1879 – 18 Apr 1955)German-American physicist who developed the special and general theories of relativity. He was awarded the 1921 Nobel Prize for Physics for his explanation of the photoelectric effect. ]

 ‘A theory can be proved by experiment; but no path leads from experiment to the birth of a theory. ‘
     “Science without religion is lame, religion without science is blind.”  Albert Einstein

          পৃথিবীৰ বিভিন্ন ধর্মৰ মানুহে তেওঁলোকৰ ধর্মৰ মহাপ্রভুজনক বিভিন্ন নামেৰে বহু,ত্রিত্ব,দ্বৈত্ব,একত্ববাদৰ ভিত্তিত-ভগবান,ঈশ্বৰ,গড্‌,আল্লা নামেৰে অভিহিত কৰি আহিছে।[URL-চাওঁক=http://wp.me/s20yGy-214]।আনহাতেদি বিজ্ঞানীসকলে প্রমাণিত পৰীক্ষাৰ দ্বাৰা মহাপ্রভুৰ নাম নোলোৱাকৈয়ে বিভিন্ন তত্ব,বাদ,নীতি যেনে-কোৱাণ্টামতত্ব,আপেক্ষিকবাদ অথবা পৰম নীতি(the final theory )ৰ কথা কৈ আহিছে;যাৰ দ্বাৰা এই বিশ্বপ্রকৃতি পৰিচালিত হৈছে বিজ্ঞানে এই নীতি বোৰ আবিস্কাৰ(discover) আৰু ব্যাখ্যাহে কৰিছেএই নীতি বোৰ সৃষ্টি কৰা নাই।তেন্তে এই নীতিবোৰ কোনে সৃষ্টি কৰিলে?

(……………..Modern science cannot explain…..(Robert Lanza’s Quote=pl.click=http://wp.me/p20yGy-4S )

           আদি যুগৰ পৰাই মানুহৰ মনত কিছুমান প্রশ্নই ক্রিয়া কৰি আহিছেবিশ্বব্রহ্মাণ্ড খন আমি দেখাৰ দৰে কিয় হ?জোন,বেলি,তৰাৰে কিয় আমাৰ আকাশ জাতিস্কাৰ হৈ থাকে?লক্ষ্য লক্ষ্য গ্রহ-নক্ষত্রৰ ভিতৰত কেৱল পৃথিবী নামৰ এই গ্রহটোতেই কিয় মানুহ নামৰ জীৱৰ উপত্তি হ,যি সৃষ্টিৰ কাৰণ বা সৃষ্টিকর্তাৰ অস্তিত্ব সন্মন্ধে প্রশ্ন কৰিব পৰা হএনেবোৰ প্রশ্ন মানুহে বহু দিনৰ পৰাই কৰি আহিছে

      সৃষ্টিকর্তাৰ দ্বাৰা বিশ্বব্রহ্মাণ্ড সৃষ্টি হোৱা ধাৰণাটো বহু ধর্মই সমর্থন কৰে।সেইবোৰৰ ভিতৰত খ্রীর্ষ্টান,ইছলাম,ইহুদী ধর্মই প্রধান।আনহাতেদি স্থানভিত্তিত প্রচীন ভাৰত,ইজিপ্ত,গ্রীছ,ইজিয়ান সাগৰৰ উপকূলৱর্তী অঞ্চলতো এই ধাৰণাটোৱে প্রচলিতহৈ আহিছে 

      ভাৰতীয় প্রধান ধাৰণা আছিল-সৃষ্টি,স্থিতি আৰু প্রলয়ৰ জৰিয়তে এক চক্রীয় আৰু আদি-অন্তহীন বিশ্ব ধৰণা।আনহাতেদি ইজিপ্তৰ বিশ্বধৰণা আছিল জৈৱিকঃ-

“At the beginning ,the world was a waste of water called ‘Nu’above of the great father…..who gave being into ‘Ra’[the Sun God] who is greater than ‘Nu’ from whome he arose….Ra bade the earth and the heaven to rise from Nu…..Shu[God of air]the uplifter raised Nut [the Goddes of sky] upon high….sky formed the vault , which arched above ‘Qeb’ [God of earth] who lies prostate beneath her…………”

                প্রচীন গ্রীচৰ যুক্তিবাদী দার্শনিক আৰু ঋকবেদত বর্ণিত ঋত[rta]ৰ মাজত বিশ্ব ধাৰণাৰ বিকাশৰ প্রকাশ পোৱা যায়ঃ-

……there can be no living science unless there is a widespread and instinctive conviction in existing of an order of things and in particular of an order in nature.The vedic people had an instinctive conviction in natural order,they thought of the external world as an ordered whole and that its dynamic or changing phenomena were regulated by ‘rta’.-[Hite Head]

               ইজিয়ান সাগৰৰ উপকূলৱর্তী অঞ্চললৈ যোৱা ইণ্ডইউৰোপীয় ভাষা-ভাষী লোকসকল আৰু ঋকবেদৰ ৰচিতাসকলে বিশ্বজনীন নিয়মঋত[rta] অনুসৰি বিশ্বৰ সৃষ্টি হৈছিল বুলি বিশ্বাস কৰিছিল। ঋকবেদত বর্ণিত আৰু বন্দিত[সূর্য,অগ্নি,ঊষা,বায়ু,বৰুণ আদি] দেৱতাসকলো ঋত।

      উল্লেখিত বিশ্বসৃষ্টিৰ মূলতেই বহু দেৱ-দেৱী অথবা দ্বৈত্ব, ত্রিত্ব, বহুবাদৰ ভগৱানৰ সলনি এজনকেই সৃষ্টি আৰু নিয়ন্ত্রণা হিচাপে গ্রহন যোগ্য হব পাৰে।একেশ্বৰবাদ সকলো ধর্মৰ মূল উৎস প্রাচীন হিন্দু শাস্ত্র অথর্ববেদত কোৱা হৈছেঃ-‘স সর্বস্মৈ বিপস্যতি য়চ্ছ প্রাণতি য়চ্ছন।

    তমিদং নিগতং এষ এক এক এক বদেক এব।

    সর্বে অস্মিবন দেৱা একবৃতোভৱন্তি।[অথর্ববেদ-১৩.৪.২১]

অর্থাৎ-[তেৱেই ঈশ্বৰ] যি সকলো প্রাণ আৰু অপ্রাণত বিদ্যমান,একক সত্বা,একেজন দেৱতা সকলোৰে একমাত্র আশ্রয়।

        অসমৰ একশৰণ নামধর্মৰ প্রৱর্তক শ্রীন্ত শংকৰদেৱেও চাৰিবেদ মন্থন কৰি যি সাৰ সংগ্রহ কৰিছিল সেয়া হ’লঃ- ‘এক দেৱ এক সেৱ এক বিনে নাহি কেৱ’।

        বাইবেলৰ ওল্ডটেষ্টামেণ্টত কোৱা হৈছেঃ-

‘Hear ,O Israel, the lord, our GOD,is One Lord,’-[Leut 4.6],

অর্থাৎ-শুনা, হে’ ইজৰাইলৰ বংশধৰসকল,আমাৰ প্রভু ঈশ্বৰ মাথোন এজন প্রভু।

একেশ্বৰবাদৰ সমর্থনত আধুনিক দর্শনঃ-কিছুমানে বহু ঈশ্বৰৰ পৃথক আৰু সুকীয়া অস্তিত্বত বিশ্বাস কৰ, যিবিলাকৰ মাজত কম বেছি পৰিমাণে বিৰোধৰ সৃষ্টি কৰে। এই ধাৰণাৰ ৎস হল প্রাচীন বেবিলন ,ইজিপ্ত আৰু ভাৰত। এই বহু সংখ্যক ঈশ্বৰৰ প্রত্যেকেই পূজা পোৱাৰ অধিকাৰী।এই মতবাদ বহুবাদ হিচাপে জনাজাত।

        কিন্তু বহুবাদৰ ধাৰণাই মানুহৰ মন সন্তুষ্ট কৰিব পৰা নাই, কাৰণ ই ঈশ্বৰসকলক সীমিত কৰে।যদি বহু ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা হয়,তেন্তে তেওঁলোকৰ কোনোৱেই সর্বশক্তিমান হ’ব নোৱাৰে।ফলত মানুহে বহুবাদৰ ধাৰণা ত্যাগ কৰি দ্বৈতবাদৰ ধাৰণা পোষণ কৰিবলৈ লয়।

        কিছুমানে ভাল আৰু বেয়া শক্তি সম্পন্ন দুই পৰষ্পৰ বিৰোধী ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে।বিশ্ব পৰিচালনাৰ ক্ষেত্রত এই দুই ঈশ্বৰে দ্বান্দ্বিক ভূমিকা পালন কৰি আছে,ইয়াকে দ্বৈতবাদ বুলি কোৱা হয়।একেজন ঈশ্বৰক ভাল আৰু বেয়া কামৰ বাবে দায়ী কৰিব নোৱাৰি।সেয়ে দুজন পৰষ্পৰ বিৰোধী ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপনৰ প্রয়োজনীয়তা আহি পৰে।জৰোৱাষ্টাৰ(জুৰথুষ্ট)ধর্মত দুই ঈশ্বৰ-অহুৰমজদা(সৌভাগ্যৰ ঈশ্বৰ)আৰু অহিৰামৰ(দুর্ভাগ্যৰ ঈশ্বৰ) অস্তিত্বত বিশ্বাসকৰা হয়।কিন্তু এই ধাৰণায়ো মানুহৰ মন সন্তুষ্ট কৰাত ব্যর্থ হয়। কিয়নো বিশ্ব পৰিচালনাৰ ক্ষেত্রত যদি দুজন ঈশ্বৰৰ মাজত অবিৰত দ্বন্দ্ব চলি থাক, তেন্তে বিশ্ব ব্যৱস্থাৰ ঐক্য আৰু শৃংখলা ৰক্ষা কৰা সম্ভৱ নহ’লহেঁতেন।

        ফলত মানুহৰ মন ধাবিত হৈছে একেশ্বৰবাদৰ ধাৰণাৰ পিনে।একেশ্বৰবাদত মাত্র এজন ঈশ্বৰত বিশ্বাস কৰা হয়। তেওঁ সার্বভৌম শক্তিৰ অধিকাৰী অসীম সত্বা,তেৱেঁই স্রষ্টা, সংৰক্ষক আৰু বিশ্বৰ পৰিচালক।এইটো একেশ্বৰবাদ হিচাপে পৰিচিত।

বিজ্ঞানৰ অভ্যুত্থানঃ-

           দর্শনৰ ফালৰ পৰা ধর্ম আৰু বিজ্ঞানৰ মাজত এক মৌলিক সংঘাট আছেকোনো এটা ধর্ম একোজন মহাপুৰুষৰ সাধনালবদ্ধ জ্ঞানৰ ভিত্তিত প্রতিষ্ঠিতএই ধর্মৰ অনুগামী মহাপুৰুষ জনক ভগবানৰ অৱতাৰ স্বৰূপবুলি জ্ঞান কৰে(ইছলাম নহয়)তেওঁলোকৰ বিশ্বাস যে এই ধর্ম প্রৱর্তক জনৰ নির্দ্দেশাৱলীত কোনো ধৰণৰ আসোঁৱাহ থাকিব নোৱাৰে;আৰু সেই বাবে এইবোৰৰ আংশিক সংশোধনো গ্রহন যোগ্য নহয় কিন্তু বৈজ্ঞানিক দর্শন এজন মানুহৰ সাধনাৰ ভিত্তিত গঢ়ি উঠা নাইহাজাৰ হাজাৰ বছৰৰ মানুহৰ সাধনালবদ্ধ জ্ঞানৰ ভিত্তিত গঢ়ি উঠিছে আজিৰ বিজ্ঞানবিজ্ঞানৰ ইতিহাসে বাৰে বাৰে প্রতিপন্ন কৰি আহিছে যে নতুন চিন্তাৰ উন্মেষত পুৰণি চিন্তাৰ অংকিত পতভূমিৰ ভূমিকা আওকাণ কৰিব নোৱাৰি। পুৰণি অসম্পূর্ণ ধাৰণা বোৰৰ আতঁধৰি শুদ্ধ আৰু পুষ্ট ধাৰণাৰ গৰাকীজন বুৰঞ্জীত সদায়ে আনতকৈ উচ্চ স্থান পাই আহিছে

       আকাশ খনৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহলৰ কাহানিও অভাৱ হোৱা নাইএসময়ত দার্শনিকসকলে কল্পনা কৰিছিল যে পৃথিবীখন বিশ্বব্রহ্মাণ্ডৰ সোঁমাজত অৱস্থিতপ্লেট,এৰিষ্টটল আদি দার্শনিকসকলে পৃথিবীকেন্দ্রিক বিশ্বৰ কথা কৈছিলI  

                                                              Thumbnail of Plato    

[Plato(c. 427 B.C. – c. 347 B.C.)Greek philosopher who was a student of Socrates. Plato founded the Academy in 387 BC. He has been called the world’s most influential philosopher. ]
Thumbnail of Aristotle
[Aristotle(384 B.C. – c. 322 B.C.)Greek philosopher who presented his thoughts on weather in a book, Meteorologica, which while often wrong, did establish meteorolgy as a distinct discipline for study. ]
[Nicolaus Copernicus-(Portrait, 1580, Toruń Old Town City Hall),born-19 February 1473 ,Toruń (Thorn), Royal Prussia, Kingdom of Poland,died-24 May 1543 (aged 70),Frombork (Frauenburg), Prince-Bishopric of Warmia, Royal Prussia, Kingdom of Poland-,Field-Mathematics, astronomy, canon law, medicine, economics]
Thumbnail of Galileo Galilei
[ Galileo Galilei(15 Feb 1564 – 8 Jan 1642)-Italian natural philosopher who believed the Earth revolved around the Sun. For this, he was interrogated by the Inquisition, was put on trial, found guilty and sentenced to indefinite imprisonment. For renouncing his former beliefs before the Cardinals that judged him, he was allowed to serve this time instead under house-arrest. ]

লেমি নামৰ বিজ্ঞানী এজনে পৃথিবীকেন্দ্রিক ধাৰণাৰে সৌৰজগতৰ জ্যামিতীয় আর্হি প্রস্তুত কৰিবলৈ চেষ্টা কৰিছিলকিন্তু মহান গণিতজ্ঞ ইউক্লিডৰ সমসাময়িক এৰিষ্টাৰচুছে পৃথিবীৰ পৰিৱর্তে সূর্য্যহে সৌৰজগতৰ কেন্দ্রিত অৱস্থিত বুলি ধাৰণা দাঙি ধৰিছিলএক দীঘলীয়া বিৰতিৰ পিছত নিকলাছ কপাৰর্নিকাছে(১৪৭৩-১৫৪৩)সৌৰজগতৰ সূর্য্যকেন্দ্রিক আর্হিক পুনৰ উত্থাপন কৰেএই আর্হিক গেলিলিওৱে পূর্ণ সমর্থন আগবঢ়াইছিলইয়াতেই গেলিলিও গোড়া ধর্মযাজকৰ ৰোষত পৰি এক নির্জন দ্বীপলৈ নির্বাসিত হৈছিল

 +            +           +           +            +

        উন্নত ষন্ত্রপাতিৰ সহায়ত আকাশ পর্য্যবেক্ষণেৰে বিজ্ঞানী টাইক’ব্রেহে[১৫৪৬-১৬০১]সৌৰজগতৰ গঠন সম্পার্কে নিজা আর্হি সাঁজিব খুজিও সফল ন’হল।কিন্তু তেওঁ সৌৰজগতৰ বিষয়ে মেটমৰা তথ্যৰ ভঁৰাল উত্তৰাধিকাৰলৈ এৰিথৈ গৈছিল।জ’হানছ কেপলাৰে[১৫৭১-১৬৩০]ব্রেহেৰ এজন ছাত্র আৰু সুযোগ্য উত্তৰাধিকাৰী হিচাপে নিজকে প্রতিষ্ঠা কৰিছিল। কেপলাৰে উপলব্ধি কৰিছিল যে সৌৰজগতৰ গ্রহবোৰৰ গতিপথৰ আকৃতি ,গতিবেগ,পৰিভ্রমণকাল, সূর্য্যৰ অৱস্থান আদি বিভিন্ন দিশ সামৰি তিনিটা বিধি নিৰূপণ কৰিছিল। কেপলাৰৰ মতে গ্রহবোৰ বৃত্তাকাৰ পথত সূর্য্যৰ চাৰিওফালে নুঘূৰে। গ্রহবোৰৰ পথ উপবৃত্তাকাৰ।গেলিলিওৱে কিন্তু এইকথা  মানি লোৱা নাছিল।ব্রেহেই এৰিথৈ যোৱা তথ্যৰ ভঁৰালৰ পৰা মুকুতা বুটলি কেপলাৰে দেখুৱালে যে সৌৰজগতৰ প্রতিটো গ্রহৰ বেলিকা গড় দূৰত্বৰ বর্গ আৰু পৰিভ্রমণ কালৰ ঘনৰ  অনুপাত একেই।

Thumbnail of Tycho Brahe
[Tycho Brahe(14 Dec 1546 – 24 Oct 1601),Danish astronomer who was on his way home on 11 Nov 1572, when his attention was attracted by a star in Cassiopeia which was shining at about the brightness of Jupiter and which had not been seen in this place before. Tycho was so impressed by this event that he devoted the rest of his professional life to astronomy. ]
Thumbnail of Johannes Kepler
[Johannes Kepler(27 Dec 1571 – 15 Nov 1630)-German astronomer. ]

              কেপলাৰৰ বিধি তিনিটাৰ উল্লেখনীয় বৈশিষ্ট হ’লযে প্রতিটো বিধি একোটা গ্রহৰ সামগ্রিক পৰিভ্রমণৰ লগত জড়িত।তিনিটা মূল্যবান বিধি ৰচনা কৰিলেও কেপলাৰে বিধি কেইটাৰ অন্তর্নিহিত অর্থ উদ্ধাৰ কৰিব নোৱাৰিলে।বৈজ্ঞানীক অণ্বেষণত উত্তৰবিহীন হৈয়ে ৰ’ল। বৈজ্ঞানীক অণ্বেষণত উত্তৰবিহীন হৈৰোৱা প্রশ্নবোৰ নতুনচামৰ বাবে দিশ নির্ণায়কহৈ পৰে। তেওঁলোকে ভাবিবলৈ ল’লেযে কি বা কেনেকুৱা বলৰ প্রভাৱত গ্রহবোৰৰ পথবোৰ উপবৃত্তাকাৰ হয়।            ৰ’বার্ট হুক, এডমাণ্ড হেলি আৰু ক্রিষ্ট’ফাৰ ৰেণ নামৰ তিনিজন বৃটিছ বিজ্ঞানীয়ে এই প্রশ্নটোৰ উত্তৰ বিচাৰিলে।১৬৮৪চনৰ কথা। হেলিয়ে কেপলাৰৰ ধাৰণাৰ বিষয়ে নিজকে পতিয়ন নিয়ালে যে একোটা গ্রহক পৰিচালিত কৰা বলটো সূর্য্য আৰু গ্রহৰ দূৰত্বৰ বর্গৰ বিপৰীত[ব্যস্ত] অনুপাতত সলনি হয়। হুক আৰু ৰেণেও হেলিৰ লগত সহমত প্রকাশ কৰিলে।         ইয়াৰ সঠিক উত্তৰ বিচাৰি ১৬৮৪ চনৰ আগষ্টত হেলি উপস্থিত হয়গৈ কেম্ব্রিজত,নিউটনৰ ওচৰত।সেই সময়ত ৪২ বছৰ বয়সত ইতিমধ্যই তিনিটা অতি বিখ্যাত আবিস্কাৰৰ যশস্যাৰে নিউটনে কেম্ব্রিজ অলংকৃত কৰিছিল। হেলি আৰু নিউটন মুখামুখি হ’ল। এজনেও ভাবিব পৰা নাছিলযে সেয়া আছিল বিজ্ঞানৰ সর্বশ্রেষ্ঠ আবিস্কাৰটোৰ পাতনিৰ শুভমুহূর্তঃ-হেলিঃ- সূর্য্য আৰু গ্রহৰ মাজৰ বলটো দূৰত্বৰ বর্গৰ বিপৰীত[ব্যস্ত] অনুপাতত সলনি হ’লে গ্রহটোৰ পথটো কেনেকুৱা হ’ব?অকণো সময় নোলোৱাকৈ উত্তৰ আহিল-

Thumbnail of Edmond Halley

[Edmond Halley(8 Nov 1656 – 14 Jan 1742),English astronomer, geophysicist and mathematician. ]

নিউটনঃ- উপবৃত্তাকাৰ।হেলিঃ-আপুনি কেনেকৈ জানিলে?নিউটনঃ-মই গণিতৰ সহায়ত গণনা কৰি উলিয়াইছো।

Thumbnail of Sir Isaac Newton

[Born 25 Dec 1642; died 20 Mar 1727.
English physicist and mathematician, who made seminal discoveries in several areas of science, and was the leading scientist of his era. His study of optics included using a prism to show white light could be split into a spectrum of colours. The statement of his three laws of motion are fundamental in the study of mechanics. He was the first to describe the moon as falling (in a circle around the earth) under the same influence of gravity as a falling apple, embodied in his law of universal gravitation. As a mathematician, he devised infinitesimal calculus to make the calculations needed in his studies, which he published in Philosophiae Naturalis Principia Mathematica (Mathematical Principles of Natural Philosophy, 1687).]

       আনন্দ আৰু বিস্ময়ত অভিভূতহৈ পৰিল হেলি।আটাইতকৈ আচৰিত কথাটো হৈছে,ঘটনাক্রমে নিউটনে ১৬৮০ চনতেই উক্ত উপপাদ্যৰ প্রমাণ লিখি থৈছিল।এই উপপাদ্যৰ অপৰিসীম গুৰুত্বৰ বিষয়ে নিউটনে তেতিয়াহে উপলব্ধি কৰিলে যেতিয়া হেলিয়ে প্রশ্ন কৰিলে।       নিউটন আৰু গেলিলিওৰ জন্ম-মৃত্যু ১৬৪২ চনত।একেটা বছৰতে দুই মনীষিৰ জন্ম-মৃত্যুৰ ঘটনাটোক বুৰঞ্জীবিদ সকলে চিন্তাৰ নতুন ধাৰাটোক সজীৱ কৰি ৰাখিবলৈকে গেলিলিওৰ মৃত্যুৰ পিছত নিউটনৰ আবির্ভাৱ হৈছিল বুলি ভাৱে। গেলিলিওক আধুনিক বিজ্ঞানৰ পিতৃ বুলি আখ্যা দিয়া হয়।

জ্যোর্তিবিজ্ঞানৰ কভ্যুত্থানঃ-

কপাৰর্নিকাছৰ সৌৰকেন্দ্রিক জগতৰ ধাৰণাই টাইকব্রাহে কেপলাৰৰ সংগৃহিত তথ্যৰ দ্বাৰা পৰিপুষ্ট গেলিলিওৰ তত্ব আৰু নিউটনৰ মহার্ষণিক তত্বই সৌৰজগতৰ সর্ম্পকে সঠিক আর্হি দিলেনিউটনৰ তত্বৰ আধাৰত ১৮আৰু১৯শতিকাত সৌৰজগতৰ লগত জড়িত গ্রহ,ধূমকেতু আদিৰ বিষয়ে পুংখনুপুংখে অধ্যয়নৰ পিছত ২০শতিকাত বিশ্বব্রহ্মাণ্ড সম্পর্কীয় অধ্যয়নৰ সূচনা হউন্নত প্রযুক্তিৰ উপযুক্ত প্রয়োগেৰে ১৯২৯ চনত মার্কিন জ্যোতির্বিদ এডৱিন হাব্বলেজ্যোতিবিজ্ঞান সম্পর্কীয় অতি চাঞ্চল্যকৰ তথ্যটো আৱিষ্কাৰ কৰিলে

   [Edwin Powell Hubble (November 20, 1889 – September 28, 1953)[1] was an American astronomer who profoundly changed the understanding of the universe by confirming the existence of galaxies other than the Milky Way]

হাব্বলৰ তথ্যৰাজি হলঃ- বিশ্বব্রহ্মাণ্ড অসংখ্য সৰু-বৰ তাৰকাৰাজ্যৰে(GALAXY)গঠিত

                             File:NGC 4414 (NASA-med).jpg

[NGC 4414, a typical spiral galaxy in the constellationComa Berenices, is about 55,000 light-years in diameter and approximately 60 million light-years away from Earth.]

[Notes on:-Virgo or Local Superclusters, Local Galactic group, Milkyway Galaxy, Solar System, Earth etc.
Click url=http://syedjehu.wordpress.com/2011/12/21/255/]
 

 আমাৰ হাতীপটিও(MILKY-WAY)কোটি কোটি তাৰকাৰাজ্যৰে এখন।[হাতীপটিত প্রায় দুশ বিলিয়ন(১ বিলিয়ন=১০০কোটি)তৰা আছেআমাৰ সৌৰজগত খনে হাতীপটিৰ কেৱল এটি ক্ষুদ্র অংশহে জুৰি আছে।]

File:Solar System size to scale.svg

                  [Planets and dwarf planets of the Solar System. Sizes are to scale, but relative distances from the Sun are not]

[Solar System showing plane of the Earth’s orbit around the Sun in 3D view with only Mercury, Venus, Earth and Mars]

                                                                             File:Solarsystem3DJupiter.gif

[Solar System showing the plane of the ecliptic of the Earth’s orbit around the Sun in 3D view showing Mercury, Venus, Earth, Mars and Jupiter making one full revolution. Saturn and Uranus also appear in their own respective orbits around the Sun]

        এই তাৰকাৰাজ্যবোৰে ক্রমাত প্রচণ্ড বেগেৰে ইটোৱে সিটোৰ পৰা আতঁৰি গৈ আছেইহঁতি এনেভাৱে গতি কৰে যে দুখন তাৰকাৰাজ্যৰ মাজৰ দূৰত্ব বাঢ়ি যোৱাৰ লগেলগে ইহতঁৰ মাজৰ বেগো বাঢ়ি যায়এইটোৱেই বিশ্বব্রহ্মাণ্ডৰ প্রসাৰণ তথ্য

Notes on[2]:- Hubble’s Law , Observe Universe, Big Bang theory, Timeline of the Big Bang, Underlying assumptions on Big BangSpeculative physics beyond Big Bang theory, James Hartle and Stephen Hawking state, String- Superstring theory= Click url=http://wp.me/p20yGy-4b

        এই সংক্রান্তত প্রখ্যাত তাত্বিক জ্যোতির্বিজ্ঞানী ষ্টিফেন হকিঙৰমতে-বিশ্বব্রহ্মাণ্ডৰ যে প্রসাৰণ ঘটিছে এই আৱিষ্কাৰটো কুৰি শতিকাৰ অন্যতম বৌদ্বিক বিপ্লৱইয়েই বর্ত্তমান হকিঙৰ মূৰৰ কামূৰণিও হৈছেতেখেতে ইয়াৰ ওপৰত তেওঁ বুজিব নোৱাৰা কেইটামান প্রশ্ন কৰি শেষত কৈছে-:-

IT WOULD BE VERY DIFFICULT TO EXPLAIN WHY THE UNIVERSE SHOULD HAVE BEGAN IN JUST THIS WAY,EXCEPT AS THE ACT OF GOD WHO INTENDED TO CREAT BEINGS US

         হকিঙৰ পদার্থবিদ্যাত যি অভূতপূর্ব অৱদান তাতোকৈ অভূতপূর্ব আৰু চাঞ্চল্যকৰ তওঁৰ জীৱন কাহিনীলা,বোবা আৰু সম্পূর্ণ পংগু জীৱন এটা লৈও তেওঁ বিজ্ঞানৰ প্রতি সেৱা আগবঢ়াই আছে               বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাটো কি আছিল বা ইয়াৰ প্রসাৰণৰ আদি মূহূর্তটো কেনে অৱস্থাত আছিল আদি প্রশ্নৰ বাবে প্রবল বেগেৰে প্রসাৰিত তাৰকাৰাজ্যৰ ধাৰণাৰ পৰাইবেলজিয়ামৰ জ্যোতির্বিজ্ঞানী লেমাইটেউদ্ভাৱন কৰিলে মহানাদ(BIG BANG)তত্বৰএই তত্বৰ মতে আদিম অৱস্থাত বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তু আদিম পৰমাণু বুলি অভিহিত এটা বিন্দুত থূপখাই আছিলপ্রচণ্ড বিস্ফোৰণৰ ফলত এইবোৰ ছিটিকি পৰিল আৰু ক্রমাত বিভিন্ন ক্রয়া-প্রতিক্রিয়াৰ ফল স্বৰূপে সমূহ তাৰকাৰাজ্যৰ সৃষ্টি হ,ল আৰু কেউদিশে প্রসাৰিত হবলৈ ধৰিলেআজিলৈকে এই প্রসাৰণ অব্যাহত আছে

জ্যোতির্বিজ্ঞানীৰ আপদ:-

                  বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাটো কি আছিল বা ইয়াৰ প্রসাৰণৰ আদি মূহূর্তটো কেনে অৱস্থাত আছিল আদি প্রশ্নৰ বাবে প্রবল বেগেৰে প্রসাৰিত তাৰকাৰাজ্যৰ ধাৰণাৰ পৰাই বেলজিয়ামৰ জ্যোতির্বিজ্ঞানী লেমাইটে উদ্ভাৱন কৰিলে মহানাদ(BIG-BANG)তত্বৰএই তত্বৰ মতে আদিম অৱস্থাত বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তু আদিম পৰমাণু বুলি অভিহিত এটা বিন্দুত থূপখাই আছিলপ্রচণ্ড বিস্ফোৰণৰ ফলত এইবোৰ ছিটিকি পৰিল আৰু ক্রমাত বিভিন্ন ক্রয়া-প্রতিক্রিয়াৰ ফল স্বৰূপে সমূহ তাৰকাৰাজ্যৰ সৃষ্টি হ,ল আৰু কেউদিশে প্রসাৰিত হবলৈ ধৰিলেআজিলৈকে এই প্রসাৰণ অব্যাহত আছে

             বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাৰ ওপৰত ভিত্তি কৰি কোনো মানকেই(Standard Account)নির্দ্দিষ্ট অৱস্থাত ৰাখিব নোৱাৰিকাৰণ দৈনিক ন-ন পর্য্যবেক্ষণ আহিয়েই আছে,সি লাগিলে বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাৰ সময়েই অথবা ইয়াৰ বয়সেই হওক,নতুবা তাপীয় বিকিৰণ বা হাবল ধ্রুবকেই হওকবিস্ফোৰণৰ পিছত প্রথম প্রসাৰণৰ লগে লগে তাৰকাৰাজ্যবোৰ প্রচণ্ডভাৱে পৰস্পৰে পৰস্পৰৰ পৰা আতঁৰি আহে । হাব্বলৰ পর্য্যবেক্ষণে এই সিদ্ধান্তৰ সত্যতা প্রতিপন্ন কৰিলে

             মহানাদ তত্বৰ(BIG-BANG)আদি অৱস্থাৰ সময় অর্থাত বিশ্বব্রহ্মাণ্ডৰ সঠিক বয়স যেতিয়ালৈকে পোৱা নাযায়,তেতিয়ালৈকে বিশ্বব্রহ্মাণ্ডৰ আদি-অন্তৰ সঠিক জোখ-মাখ-সময় আদিৰ বিষয়ে একোৱেই ঠাৱৰ কৰিব পৰা নাযায় । মহানাদ তত্বৰ সঠিক আদি অৱস্থা জনাটো ইমানেই গুৰুত্বপূর্ণ যে,ইয়াৰ অবিহনে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি-ৰহস্য জনাটোৱেই এক সাঁথৰহৈ থাকিব

            প্রথমে ভবা হৈছিল যে আমাৰ বিশ্বব্রহ্মাণ্ডখন ত্রি-মাত্রিক(three dimention)। হাব্বলৰ পর্য্যবেক্ষণত পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি যোৱা ২তাপীয় বিকীৰণৰ উষ্ণতা ৫°k বুলি প্রমাণিত হোৱাত (১৯৪৮চনত জর্জ গেমৱ আৰু ১৯৬৫চনত পেনজিয়াছ আৰু উইলছনত প্রমাণিত হোৱাত । হাইড্রজেনৰ তুলনাত হিলিয়াম পৰমাণুৰ আপেক্ষিক ভৰৰ পৰিমাণ ২০-২৮ শতাংশ বুলি তাত্বিক গণনাৰ(theoretical calculation)দ্বাৰা প্রমাণিত হোৱাত এই ত্রি-মাত্রিককে(three dimention) মহানাদ তত্বৰ(BIG-BANG)আধাৰ বুলি ধৰা হৈছিল।[এই ত্রি-মাত্রিকৰ আধাৰ (base)আছিল এনে ধৰণৰঃ-পদার্থবিজ্ঞানৰ তিনিটা ঘাই সিদ্ধান্ত-যেনেঃ-সময় সাপেক্ষে সলনি নোহোৱা,আইনষ্টাইনৰ আপেক্ষিকবাদৰ মহাকর্ষণৰ প্রভাৱ,আদিম অৱস্থাৰ কণাৰ গেছ সুষমভাৱে প্রসাৰিতহৈ একে হাৰতে প্রসাৰিত হোৱা ।]

এই গোটেই প্রক্রিয়াটোত বিশ্বব্রহ্মাণ্ডখনক এক সুষম আদি অৱস্থাৰ সৃষ্টিৰ মূহুর্তটো বুলি ধৰি লোৱা হৈছিল 

          কিন্তূ প্রখ্যাত তাত্বিক জ্যোতির্বিজ্ঞানী ষ্টিফেন হকিঙৰ নতুন পর্য্যবেক্ষণে উক্ত মহানাদ তত্বৰ(BIGBANG)মানবোৰ আসোঁৱাহপূর্ণ(defective)কৰি পেলালেষ্টিফেন হকিঙৰ মতে বিশ্বব্রহ্মাণ্ডখন চাৰি মাত্রিক(FOUR DIMENTIONAL)আৰু চতুর্থ দিশটো হৈছে-সময়ৰ। মহানাদৰ পিছমূহুর্তৰ পৰাই স্থান আৰু কালৰ সৃষ্টি হৈছে

 

কার্য্য-কাৰণ(Theor of Causuality)

      বিজ্ঞানৰ যুক্তি অনুসৰি প্রত্যেকটো কার্য্যৰে একোটা কাৰণ আছে; অর্থাৎ বিজ্ঞান চর্চ্চাত কার্য্য-কাৰণৰ নীতিটো এৰাই চলিব নোৱাৰি। কিন্তু কাৰণ থাকিলেহে কার্য্য সংঘটিত হ’ব পাৰে বুলি ধৰি ললে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ কাৰণটো ব্যাখ্যা কৰিব নোৱাৰি।

[     CLICK here=http://syedjehu.wordpress.com/2011/12/20/basic-concepts-of-cause-and-effect/]

কাৰণ সৃষ্টিৰ মুহূর্তৰ পৰাই স্থান-কাল সকলো আৰম্ভ হৈছে। গতিকে তাৰ আগৰ বুলি কোনো কাৰণ থাকিব নোৱাৰে। অৱশ্যে আধুনিক কোৱাণ্টাম বলবিদ্যাই দেখুৱাইছে যে বিশ্ব প্রকৃতিৰ সকলো ক্ষেত্রতে কার্য্য-কাৰণৰ নীতিটো সমানভাৱে প্রযোজ্য নহবও পাৰে। কোৱাণ্টাম বলবিদ্যাৰ নীতিৰ দ্বাৰা পৰিচালিত মৌলিক কণিকাৰ অতি নগণ্য জগত খনত এই কথাটো বিশেষভৱে লক্ষণীয় হয়।বিশ্বব্রহ্মাণ্ডৰ দৰে বৃহদাকাৰ  বস্তুৰ ক্ষেত্রত নহয়।       কোৱাণ্টাম তত্বৰ দার্শনিক তাৎপর্য্য সহজবোধ্যতো নহয়েই ইয়াৰ দুই ধৰণৰ অর্থও নাই বুলি ক’ব নোৱাৰি। ইয়াৰ একাধিক ব্যাখ্যা দাঙি ধৰা হৈছে। বহুত ক্ষেত্রতে এই ব্যাখ্যাবোৰে সর্বাত্মক গ্রহন যোগ্যতা দাবি কৰিব পৰা নাই।বিখ্যাত বিজ্ঞানী নেইলছ্ ব’ৰে এবাৰ কৈছিলযে কোৱাণ্টাম-মেকানিক্সৰ ফলাফল দেখি যিজনে বিস্ময়ত হতভম্ভ হোৱা নাই তেওঁ আচলতে কোৱাণ্টাম-মেকানিক্স বুজাই নাই।

[”Anyone who is not shocked by the quantum theory has not understood it.”
”But, but, but … if anybody says he can think about quantum theory without getting giddy it merely shows that he hasn’t understood the first thing about it! ”-Niels_Bohr]
[ইয়াত ক্লিক কৰক quantum mechanical ]

  বিখ্যাত পদার্থবিজ্ঞানী ষ্টেভেন ৱেইনবার্গে এবাৰ তেওঁৰ এজন বন্ধু -ফিলিপ কেণ্ডেলাছৰ পৰা তেওঁৰ এসময়ৰ এজন প্রিয় ছাত্রৰ কথা জানিবলৈ বিচাৰিছিল।

Thumbnail of Niels Bohr

   [Niles Bohr,7 Oct 1885-18 Nov 1962,Danish Physicist]

[(Steven Weinberg at the 2010 Texas Book Festival) Steven Weinberg , Born=.May 3, 1933 (age 78) New York City, New York, USA,.. Residence=United States, Fields=Theoretical Physics]

এই ছাত্রজন অতি প্রতিভাৱান আৰু প্রতিশ্রুতিসম্পন্ন গৱেষক আছিল। কিন্তু হঠাতে তেওঁৰ গৱেষণা আৰু অন্যান্য বৈজ্ঞানীক কাম-কাজৰ কোনো খবৰ-বাতৰি নোহোৱা হ’ল। ৱেইনবার্গে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত ফিলিপে ক’লেযে তেওঁ কোৱাণ্টাম-মেকানিক্স বুজিবলৈ যত্নকৰি দুর্দশাগ্রস্তহৈ পৰিছে। কিন্তু সেইবুলি কোৱাণ্টাম-মেকানিক্স বাস্তৱ জগতৰ লগত সম্পর্কহীন নহয়।

কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশঃ-

কোৱাণ্টাম-মেকানিক্সৰ সফল ব্যৱহাৰিক প্রয়োগৰ বহুত উদাহৰণ আছে। বর্তমান ব্যৱহৃত লেজাৰ ইলেকট্রণ মাইক্রস্ক’প ট্রেঞ্জিষ্টাৰ, বিভিন্ন ধৰণৰ অর্ধ-পৰিবাহী পদার্থৰে নির্মিত সা-সৰঞ্জাম, নিউক্লীয় শক্তিউতপাদক ৰিয়েক্টৰ আদি নির্মাণত কোৱাণ্টাম-মেকানিক্স ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি পৰমাণুৰ গঠন, ৰাসায়নিক বিক্রয়া, পোহৰকে আদি কৰি বিভিন্ন বিদ্যুত চুম্বকীয় তৰংগৰ উতপত্তি, পদার্থৰ বৈদ্যুতিক আৰু তাপীয় পৰিবাহিতা আৰু অন্যান্য যান্ত্রিক ধর্মৰ সফল ব্যাখ্যাৰ বাবে কোৱাণ্টাম-মেকানিক্সৰ প্রয়োগ অপৰিহার্য্য । যান্ত্রিকভাৱে কোৱাণ্টাম-মেকানিক্সৰ নীতিবোৰ প্রয়োগ কৰাত বিশেষ অসুবিধা নাই আৰু ব্যৱহাৰিক বিজ্ঞানত তাকেই কৰা হয়। কোৱাণ্টাম-মেকানিক্সৰদার্শনিক দিশটোহে চিন্তাৰ কাৰণহৈ পৰে। কাৰণ সৃষ্টি তত্বৰ ব্যাখ্যাৰ সময়ত ইয়াৰ এই দার্শনিক তাতপর্য্যৰ প্রতিয়েই অধিক গুৰুত্ব দিবলগগীয়া হয়

[Measurement in quantum mechanics:-The framework of quantum mechanics requires a careful definition of measurement. The issue of measurement lies at the heart of the problem of the interpretation of quantum mechanics, for which there is currently no consensus.

Measurement from a practical point of view:-

Measurement is viewed in different ways in the many interpretations of quantum mechanics; however, despite the considerable philosophica ldifferences, they almost universally agree on the practical question of what results from a routine quantum-physics laboratory measurement. To describe this, a simple framework to use is the Copenhagen interpretation, and it will be implicitly used in this section; the utility of this approach has been verified countless times, and all other interpretations are necessarily constructed so as to give the same quantitative predictions as this in almost every case.]

                  মৌলিক কণিকৰ জগতখনত প্রত্যেক কার্য্যৰে কাৰণ নেথাকিব পাৰে বা থাকিলেও সেইটো জনাটো সম্ভব নহ’বও পাৰে। আইষ্টাইনৰ বিশেষ আপেক্ষিকবাদৰ সূত্র মতে ভৰ আৰু শক্তি একেটা বস্তুৰে দুটা ভিন্ন ৰূপহে মাথোন। আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে। শূণ্যত থকা এই শক্তিৰ পৰাই হঠাতে একোটা কণিকা-প্রতিকণিকা যোৰাৰ [যেনে-এটা ইলেকট্রন আৰু এটা প্রটন] সৃষ্টি হ’ব পাৰে আৰু পিছ মুহূর্ততে এই যোৰটোৰ বিনাশ ঘটি পুনৰ শক্তিলৈ ৰূপান্তৰ হ’ব পাৰে। সৃষ্টিৰ আগমুহূর্তত ইয়াৰ অৱস্থা কি আছিল; কণিকাটো সৃষ্টিহৈ ক’ত অৱস্থান কৰিব; কণিকাটো কিয় সৃষ্টি হ’ল আদি প্রশ্নবোৰৰ উত্তৰ কোৱাণ্টাম তত্বত থাকিব নোৱাৰে

Read-[Part-2]=http://wp.me/p21N51-Y

The news on tabligh jamat and covit19

Saturday, May 23, 2020

Abu huraira, why too hadiths wrote

See main source link:
https://shodalap.org/bngsadat/13089/


আবু হুরাইরা(রা.) কর্তৃক বর্ণিত হাদিসের সংখ্যা এত অধিক কেন!

আবু হুরাইরা(রা.) রাসূলুল্লাহ (সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম) এর সান্নিধ্য পেয়েছিলেন মাত্র তিন বছর, অথচ তাঁর থেকে  কমবেশি ৫০০০ হাজার হাদিস বর্ণিত আছে। অনেকের কাছে এটা এক দুর্বোধ্য বিস্ময় যে মাত্র ৩ বছরে এত অধিক হাদিস বর্ণনা করা কিভাবে সম্ভব।
আসুন দেখি কিভাবে উনি এত হাদিস বর্ণনা করেছেন।

প্রথম কারণ:
আবু হুরাইরা(রা.) শেষ তিনটা বছর খেয়ে না খেয়ে রাসূলুল্লাহ(সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম) এর দরবারে পড়ে থাকতেন। তিনি ছিলেন আহলে সুফফার একজন। মুহাজিররা যখন বাজারে ব্যস্ত থাকতেন আর আনসাররা যখন নিজেদের সম্পদের দেখাশনা করতেন, তখনও তিনি রাসূলুল্লাহ(সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম)এর সাথে লেগে থাকতেন। ফলে অনেক হাদিস যেটা তার পক্ষে শোনা সম্ভব হতো সেটা অনেকের পক্ষেই সম্ভব হতো না। উনি অন্যান্যদের তুলনায় কিভাবে বেশি হাদিস শিখেছেন শুনুন উনার নিজের জবানে:

দ্বিতীয় কারণ:
উনার বিস্ময়কর স্মরণশক্তি, যেটা ছিল আসলে রাসূলুল্লাহ(সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম) এর একটি মু’জিজা। একবার উনি স্মরণশক্তির ব্যাপারে অভিযোগ করায় রাসূলুল্লাহ(সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম) উনাকে উনার চাদর বিছিয়ে দিতে বলেন, রাসূলুল্লাহ(সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম) তাঁর উভয় হাত সেখানে চালনা করে চাদরটিকে জড়িয়ে নিতে বলেন। এরপর থেকে তিনি আর কোন হাদিস ভুলেন নাই।
এই দুটি কারণের ব্যাপারে বিস্তারিতভাবে জানতে নিচের হাদিস দুটি দেখুন:
Bukhari Sharif: Volume 003, Book 034, Hadith Number 263.
Bukhari Sharif: Volume 004, Book 056, Hadith Number 841.
এই দুটো কারণ যদি আমরা বিবেচনা নাও করি তবুও তৃতীয় কারণটিই তার হাদিস সংখ্যা বেশি হবার জন্য যথেষ্ট ছিল।

তৃতীয় কারণ:
উনার ছাত্র সংখ্যা অন্যদের তুলনায় অনেক বেশি ছিল। ফলে উনার একটি বর্ণনা বিভিন্ন সনদে হাদিস সংগ্রাহকদের কাছে এসে অধিক সংখ্যক হাদিসে পরিণত হয়েছে।
[সাধারণভাবে, হাদিস=সনদ(বর্ণনার চেইন)+মতন(মূল বর্ণনা)]
আসুন কিছু বাস্তব উদাহরণ দেখি:
এক.
১.১
Abu Huraira (Allah be pleased with him) reported Allah's Apostle (may peace be upon him) as saying: A man must not make proposal of marriage to a woman when his brother has done so already. And he must not offer a price for a thing for which his brother had already offered a price; and a woman must not be combined in marriage with her father's sister, nor with her mother's sister, and a woman must not ask to have her sister divorced in order to deprive her of what belongs to her, but she must marry, because she will have what Allah has decreed for her. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3274]
উপরের হাদিসটি আবু হরাইরা(রা.) হতে একটি সনদে বর্ণিত। এই হাদিসটা একটু বিস্তৃত। এবার দেখেন এই হাদিসের দুইটি অংশ(বোল্ড লাল এবং বোল্ড+আন্ডারলাইন নীল অংশ) কতগুলো ভিন্ন সনদে এসেছে:
১.২
Abu Huraira (Allah be pleased with him) reported Allah's Messenger (may peace upon him) having said this: One should not combine a woman and her father's sister, nor a woman and her mother's sister in marriage. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3268]
১.৩
Abu Huraira (Allah be pleased with him) reported that Allah's Messenger (may peace be upon him) forbade combining of four women in marriage: a woman with her tather's sister, and a woman with her mother's sister. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3269]
১.৪
Abu Huraira (Allah be pleased with him) reported: I heard Allah's Messenger (may peace be upon him) say: Father's sister should not be combined with her brother's daughter, nor the daughter of a sister with her mother's sister. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3270]
১.৫
Abu Huraira (Allah be pleased with him) reported that Allah's Messenger (may peace be upon him) forbade a person to combine in marriage a womanarid her father's sister, and a woman and her mother's sister. Ibn Shihab said: So we regarded the paternal aunt of her (wife's) father and the maternal aunt of her (wife's) father at the same level. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3271]
১.৬
Abu Huraira (Allah be pleased with him) reported Allah's Messenger (may peace be upon him) as saying: One should not combine in marriage a woman with her father's sister, or her mother's sister. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3272]
১.৭
Abu Huraira (Allah be pleased with him) reported that Allah's Messenger (may peace be upon him) forbade the combining of a woman in marriage with her father's sister, or with her mother's sister, or that a woman should ask for divorce for her sister in order to deprive her of what belongs to her. Allah, the Exalted'and Majestic, is her Sustainer too. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3275]
১.৮
Abu Huraira (Allah be pleased with him) reported that Allah's Messenger (may peace be upon him) forbade to combine a woman and her father's sister, and a woman and her mother's sister. [Muslim Sharif :  Book: 8, Chapter: 4, Number: 3276]

কাজেই আমরা দেখছি আবু হুরাইরা(রা.) কর্তৃক বর্ণিত একটি মাত্র বর্ণনার অংশ বিশেষ বিভিন্ন সনদে/চেইনে হাদিস সংগ্রাহকদের নিকট পৌঁছার কারণে তা ৮টি হাদিসে পরিণত হয়েছে।

দুই.
আবু হুরাইরা(রা.) হতে বর্ণিত একই বর্ণনার বিভিন্ন সনদের ৪টি হাদিস:
২.১
Abu Huraira reported Allah's Messenger (may peace be upon him) as saying: Whenever you sight the new moon (of the month of Ramadan) observe fast. and when you sight it (the new moon of Shawwal) break it, and if the sky is cloudy for you, then observe fast for thirty days. [Muslim Sharif :  Book: 6, Chapter: 2, Number: 2378]
২.২
Abu Huraira reported Allah's Messenger (may peace be upon him) as saying: Observe fast on sighting it (the new moon) and break (fast) on sighting it (the new moon), but if the sky is cloudy for you, then complete the number (of thirty). [Muslim Sharif :  Book: 6, Chapter: 2, Number: 2379]
২.৩
Abu Huraira reported Allah's Messenger (may peace be upon him) as saying: Observe fast on sighting it (the new moon) and break it on sighting it. But if (due to clouds) the actual position of the month is concealed from you, you should then count thirty (days). [Muslim Sharif :  Book: 6, Chapter: 2, Number: 2380]
২.৪
Abu Huraira (Allah be pleased with him) narrated that the Messenger of Allah (may peace he upon him) made a mention of the new moon and (in this connection) said: Observe fast when you see it (the new moon) and break fast when you see it (the new moon of Shawwal), but when (the actual position of the month is) concealed from you (on account of cloudy sky), then count thirty days. [Muslim Sharif :  Book: 6, Chapter: 2, Number: 2381]

তিন.
৩.১
Abu Huraira (Allah be pleased with him) reported: Prayer in the mosque of Allah's Messenger (may peace be upon him) is more excellent than a thousand prayers in other mosques except the Masjid al-Haram, for Allah's Messenger (may peace be upon him) is the last of the Apostles, and his mosque is the last of the mosques. Abu Salama and Abu Abdullah (two of the narrators in this chain of narrations said: We had no doubt that what Abu Haraira (Allah be pleased with him) had said was from Allah's Messenger (may peace be upon him), and so we did not like to get an attestation from Abu Huraira about this hadith until Abu Huraira (Allah be pleased with him) died. We discussed it (the issue of getting attestation from Abu Huraira) amongst ourselves and blamed one another as to why we did not talk about it to Abu Huraira regarding it so that he could attribute its transmission to Allah's Messenger (may peace be upon him) in case he had heard It from him. While we were discussing it as we sat with 'Abdullah b. Ibrahlm b. Qariz; we made a mention of this hadith, and our omission (in getting its attestation) about its direct transmission by Abu Huraira from him (the Holy Proohet) ; thereupon Abdullah b. Ibrahim said to us: I bear witness to the fact that I heard Abu Huraira (Allah be pleased with him) say that Allah's Messenger (may peace be upon him) said: I am the last of the Apostles and my mosque is the last of the mosques. [Muslim Sharif :  Book: 7, Chapter: 90, Number: 3211]
এই হাদিসের লাল অংশটুকু বিভিন্ন সনদে আরো ৫টি হাদিসে এসেছে।
৩.২
Narrated Abu Huraira
Allah's Apostle said, "One prayer in my Mosque is better than one thousand prayers in any other mosque excepting Al-Masjid-AI-Haram." [Bukhari  Vol.2, Book 21, No.: 282]
৩.৩
Abu Huraira (Allah be pleased with him) narrated It directly from Allah's Apostle' (may peace be upon him) having said this: A prayer in my mosque is a thousand times more excellent than a prayer in any other mosque, except Masjid al-Haram (Mosque of the Ka'ba)." [Muslim Sharif :  Book: 7, Chapter: 90, Number: 3209]
৩.৪
Abu Huraira (Allah be pleased with him) reported Allah's Messenger (may peace be upon him) as saying: Prayer in my mosque is more excellent than a thousand prayers observed in other mosques except the Masjid al- Haram. [Muslim Sharif :  Book: 7, Chapter: 90, Number: 3210]
৩.৫
Yahya b. Sa'id (Allah be pleased with him) reported: I said to Abu Salih: Did you hear Abu Huraira (Allah be pleased with him) making a mention of the excellence of prayer in the mosque of Allah's Messenger (may peace be upon him)? He said: No (I did not hear directly from Abu Huraira), but I heard Abdullah b. Ibrahlm b. Qariz; say that' he had heard from Abu Huraira (Allah be pleased with him) that Allah's Messenger (may peace be upon him) had said: Prayer in this mosque of mine is better than a thousand prayers. or. is like one thousand prayers observed in other mosques besides It, except that it be in al-Masjid al-Haram. This hadith has been narrated by Yabya b. Sa'id with the same chain of transmitters. [Muslim Sharif :  Book: 7, Chapter: 90, Number: 3212]
৩.৬
Yahya related to me from Malik from Zayd ibn Rabah and Ubaydullah ibn Abi Abdullah Salman al-Agharr from Abu Hurayra that the Messenger of Allah, may Allah bless him and grant him peace, said, "A prayer in this mosque of mine is better than a thousand prayers in any other mosque, except the Masjid al-Haram (in Makka)." [Muatta Malik : Book 14, Number 14.4.9]

চার.
৪.১
Narrated Abu Huraira:
The Prophet said, "Whoever fasted the month of Ramadan out of sincere Faith (i.e. belief) and hoping for a reward from Allah, then all his past sins will be forgiven, and whoever stood for the prayers in the night of Qadr out of sincere Faith and hoping for a reward from Allah, then all his previous sins will be forgiven ." [Bukhari  Vol.3, Book 32, No.: 231]
এই হাদিস বা এর অংশবিশেষ বিভিন্ন চেইনে আরো তিনটি হাদিসে এসেছে:
৪.২
Abu Huraira reported Allah's Messenger (may peace be upon him) as saying: He who observed the fasts of Ramadan with faith and seeking reward (from Allah), all his previous sins would be forgiven, and he who observed prayer on Lailat-ul- Qadr with faith and seeking reward (from Allah), all his previous sins would be forgiven. [Muslim Sharif :  Book: 4, Chapter: 117, Number: 1664]
 ৪.৩
Narrated Abu Huraira:
The Prophet said, "Whoever established prayers on the night of Qadr out of sincere faith and hoping for a reward from Allah, then all his previous sins will be forgiven; and whoever fasts in the month of Ramadan out of sincere faith, and hoping for a reward from Allah, then all his previous sins will be forgiven." [Bukhari  Vol.3, Book 31, No.: 125]
৪.৪
Narrated Abu Huraira:
Allah's Apostle said, "Whoever establishes the prayers on the night of Qadr out of sincere faith and hoping to attain Allah's rewards (not to show off) then all his past sins will be forgiven." [Bukhari  Vol.1, Book 2, No.: 34]

পাঁচ.
আগেই বলেছি, সাধারণভাবে, হাদিস= সনদ(বর্ণনার চেইন/সূত্র)+মতন(বর্ণনা)
নিচে দেখুন আবু হুরাইরা(রা.) কর্তৃক বর্ণিত একটি মাত্র বর্ণনা বিভিন্ন চেইনে আসার ফলে কিভাবে ৬৮টি হাদিসে পরিণত হয়েছে:

Tuesday, May 31, 2016

Misinterpreted 4:59

The misinterpretation of 4:59
O you believe, obey God and obey the messenger and those in charge among you.

4:59
This glorious verse has been subject to deliberate manipulation by the Muslim Imams and scholars in many Muslim countries. They used the words "those in charge among you" in order to claim that the religious figures have a right, according to the Quran, to have authority over people and that they should be obeyed without question.
When we analyse this verse we find that the first part of the verse is straightforward. It speaks of the Quranic command, which is repeated in other verses, to obey God and obey the messenger. It has been shown that obeying God and obeying the messenger are one and the same thing since the messenger's sole duty is to deliver God's message (5:92). For the details please see: Obey God and obey the messenger
This leaves us with the task of understanding the words "those in charge among you". Do these words rightly give the religious figures control over the people and be entitled to receive uncontested obedience from the believers?
The term "those in charge among you" covers a wide variety of people. In order to determine who is actually entitled to have authority, it would be quite logical to assert that this authority must be in accordance with God's law. In other words, it must be a God given authority, and not an authority that is self claimed.
The following are some examples of deserved authority that is in harmony with the Quranic teachings:
1- For a young boy/girl they should obey their parents who have authority over them during their younger dependent years.
2- For a wife, she must obey her husband's righteous instructions as God decreed in the Quran (4:34).
3- For an employee, he/she must obey their boss who has authority over them within the framework of the profession.
4- For citizens, they must obey the established authorities (e.g. the courts, the police, etc). They must obey the law of the land as long as it does not violate God's law.
Other cases may also be made that justify authority that must be obeyed by the people.
Now we may ask: Do the clergy and the religious figures have authority over the believers in accordance to 4:59?
It can be demonstrated that the authority God speaks of in 4:59 does not include the religious figures. The religious figures have no authority over the believers for a number of reasons.
First: The Quran stresses the fact that it is forbidden to follow any law other than the law of God, that being the Law of the Quran:
Shall I seek other than God as a lawmaker when it is He who has brought down to you the Book (Quran) fully detailed? 6:114
Second: The Quran makes it very clear in numerous ayat that there is no compulsion in religion:
There shall be no compulsion in religion. 2:256
What this means is that the sole duty of the preacher or religious leader is to preach God's way and God's laws, but never to force the people or be entitled to blind obedience.
The prophet himself was warned very clearly by God that he is to deliver the message and then if the people do not accept it or follow it, that he should leave them alone and that he has no authority over them.
Had God willed, they would not have committed shirk. We did not appoint you a guardian over them, nor are you a trustee over them. 6:107
If the prophet himself was given no authority over the people in religious matters, it would make no sense for any religious figure to claim this right for himself!
Third: It is common in many Islamic countries to find high religious figures issuing what is termed as 'fatwa'. These religious edicts become law and must be obeyed by all people. Needless to say, all fatwas are a violation of God's law in the Quran. For the details, please see: How lawful is a Fatwa?

To conclude, with the above analysis, it becomes clear that the message of 4:59 has been badly corrupted by various religious figures to claim for themselves an authority which God never gave them.